27 C
Guwahati
Monday, June 5, 2023
More

    মহাবিদ্যালয়ত নিষিদ্ধ বোৰ্খা;আঁৰিলে জাননী

    ইউনিফৰ্মৰ বাহিৰে কোনো ছাত্ৰীয়েই পৰিধান কৰিব নোৱাৰিব অন্য সাজ

    পাটনাৰ জেডি ৱমেন কলেজত ইছলাম ধৰ্মাৱলম্বী ছাত্ৰীয়ে পৰিধান কৰি আহে বোৰ্খা। কিন্তু এতিয়াৰে পৰা জেডি ৱমেন কলেজত নিষিদ্ধ হ’ল বোৰ্খা।

    বোৰ্খা পৰিধান কৰি মহাবিদ্যালয়লৈ আহিব নোৱাৰিব ছাত্ৰী।ইউনিফৰ্মৰ বাহিৰে কোনো ছাত্ৰীয়েই পৰিধান কৰিব নোৱাৰিব অন্য সাজ।যদি নিয়ম উলংঘা কৰে তেন্তে ভৰিব লাগিব ২৫০ টকাৰ জৰিমনা।এক জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে জেডি ৱমেন কলেজৰ কৰ্তৃপক্ষই।

    Photo Credit: .asianetnews.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং