27 C
Guwahati
Wednesday, October 13, 2021
More

    জনশতাব্দী এক্সপ্ৰেছে মহতিয়ালে যাত্ৰীবাহী টাটা মেজিক; শিশু ছাত্ৰী নিহত

    ৰে'লখন আহি থকা সময়তে অসাৱধানবশত: মেজিকখনে ৰে'ললাইন অতিক্ৰম কৰিবলৈ চেষ্টা কৰোতেই সংঘটিত হয় এই দুৰ্ঘটনা

    ধনশিৰি মহকুমাৰ টেঙানিত ঘটিছে এক শোকাৱহ ঘটনা। উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছে মহতিয়াই নিলে যাত্ৰীবাহী টাটা মেজিক ৷ এগৰাকী শিশু ছাত্ৰী নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হৈছে ৷

    Video: Time8

    দুপৰীয়া প্ৰায় ১১:৪০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ ৰে’লখন আহি থকা সময়তে অসাৱধানবশত: মেজিকখনে ৰে’ললাইন অতিক্ৰম কৰিবলৈ চেষ্টা কৰোতেই সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত অঞ্চলজুৰি বৈছে শোকৰ বন্যা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং