ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এক বৃহৎ সফলতা। মাজনিশা ২বাজি ৩৫ মিনিটত ISROই উৎক্ষেপন কৰে এক ছেটেলাইট। ইউৰোপীয়ান স্পেচ এজেন্সী পৰা উৎক্ষেপন কৰে GSAT-30। এই ছেটেলাইটটোৱে INSAT-4ৰ স্থান গ্ৰহণ কৰিব।এই ছেটেলাইটৰ দ্বাৰা এছিয়াৰ দেশসমুবৰ সৈতে যোগাযোগ উন্নত হ’ব।
এই GSAT-30ক ১৫ বছৰৰ মিছনৰ বাবে উৎক্ষেপন কৰা হৈছে। এই ছেটেলাইটৰ বাবে দ্ৰুত গতি লাভ কৰিব ইণ্টাৰনেট সেৱাই। দেশৰ যি সমূহ ঠাইত বা অঞ্চলত নেটৱৰ্ক নাথাকে সেই সমূহ ঠাইত এতিয়াৰে পৰা নেটৱৰ্ক থাকিব।
Photo Credit: firstpost.com