30 C
Guwahati
Thursday, September 29, 2022
More

    শ্বিলঙত ৪৮ ঘণ্টালৈ বাতিল হ’ল ইণ্টাৰনেট সেৱা

    ১৪৪ ধাৰাও জাৰি কৰা হয় শ্বিলঙত

    খাচি ষ্টুডেন্ট ইউনিয়ন আৰু অজনজাতীয় লোকৰ মাজত সৃষ্টি হৈছিল সংঘাটৰ। নাগৰিকত্ব সংশোধনী আইন আৰু ইনাৰ লাইন পাৰমিটক লৈ অনুষ্ঠিত হোৱা এক বৈঠকত দুয়ো পক্ষৰ মাজত হৈছিল সংঘাত। এই সংঘাত পিছলৈ ইমানেই বাঢ়ি যায় যে শ্বিলঙত জৰি কৰিব লগা হয় ১৪৪ ধাৰা।

    পিছত ৪৮ ঘণ্টালৈ বাতিল কৰা হয় ইণ্টাৰনেট সেৱাও। মেঘালয়ৰ চেৰাপুঞ্জিত উত্তপ্ত পৰিস্থিতিক লৈ এই ঘোষণা। মেঘালয় প্ৰশাসনে বন্ধ ঘোষণা কৰিছিল ইণ্টাৰনেট সেৱাৰ। আজি দ্বিতীয় দিনাও চুবুৰীয়া ৰাজ্যখনত বন্ধ কৰি ৰখা হৈছে ইণ্টাৰনেট সেৱা।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং