32 C
Guwahati
Friday, September 30, 2022
More

    যথেষ্ট মৰম-আদৰ পাইছিলো পাকিস্তানত, পৰিয়ালৰ দৰে ভাৱে ভাৰতীয় লোকসকলকঃ শৰদ পাৱাৰ

    পাকিস্তানী সুখী নহয় বুলি ভাবিছে ভাৰতীয় লোকসকলে আৰু নিজৰ ভূমিতে অন্যায়ৰ সন্মুখীন কৰি আছে, কিন্তু এয়া সত্য নহয়, এই মন্তব্য NCP প্ৰধান শৰদ পাৱাৰৰ

    NCP প্ৰধান শৰদ পাৱাৰে প্ৰশংসা কৰিলে পাকিস্তানৰ। শৰদ পাৱাৰে পাকিস্তান আৰু পাকিস্তানীসকলক প্ৰশংসা কৰি ক’ল যে, মই যিমান বাৰ পাকিস্তান ভ্ৰমণ কৰিবলৈ গৈছো প্ৰতিবাৰে তেওঁক আদৰেৰ আদৰণি জনাইছে। কাৰণ পাকিস্তানে ভাৰতীয়সকলক নিজৰ পৰিয়াল বুলি ভাৱে।

    ভাৰতীয় লোকসকলে কয় যে পাকিস্তানী লোকসকলৰ সৈতে অন্যায় হৈ আছে। তেওঁলোক সুখী নহয় কিন্তু এয়া মিছা। এইধৰণৰ মন্তব্য পাকিস্তানৰ বাস্তৱিক অৱস্থা প্ৰত্যক্ষ নকৰাকৈ কেৱল ৰাজনৈতিক লাভ বাবেহে কৰা হয়। নিজৰ ৰাজনৈতিক লাভৰ বাবে ইয়াৰ শাসকীয় বৰ্গই এইধৰণৰ অসত্য কথা বিয়পাই আছে।

    ফেৱ্ৰুৱাৰীত সংঘটিত পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি হৈছিল অশান্তিৰ, এই আক্ৰমণত নিহত হৈছিল ৪০ গৰাকী CRPF জোৱান।

    Image Credit: deccanchronicle.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং