25 C
Guwahati
Thursday, October 21, 2021
More

    ৰে’লত যাত্ৰা কৰিলে এতিয়াৰে পৰা ভৰিব লাগিব অধিক ভাড়া

    দেশৰ সাধাৰণ জনতাক মাধমাৰ কেন্দ্ৰৰ। ১৩৩ কোটি জনতাৰ দেশ ভাৰতৰ সকলোতকৈ ব্যৱহৃত যাতায়ত ব্যৱস্থাই হৈছে ৰে’লসেৱা। মধ্যবিত্তৰ দেশ হিচাপে পৰিচিত এই দেশত এতিয়াৰে পৰা ৰে’লযাত্ৰাত ভৰিব লাগিব অধিক টকা।

    ১ জানুৱাৰীৰ নিশাৰে পৰা বৃদ্ধি কৰা হৈছে ৰে’ল ভাড়া। ৰে’ল মন্ত্ৰ্যালয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। প্ৰতি কিলোমিটাৰত ১ পইচাকৈ বৃদ্ধি পালে ৰে’লৰ ভাড়া। মেইল আৰু এক্সপ্ৰেছ ৰে’লত প্ৰতি কিলোমিটাৰত ৪ আৰু ২ পইচাকৈ বৃদ্ধি।

    photo credit: dnaindia.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং