25 C
Guwahati
Wednesday, October 20, 2021
More

    ঠিকাদাৰক অশ্ৰাব্য গালি-গালাজ এজন বিধায়কৰ; কিন্তু কিয়? চাওক VIDEO

    ভৱিষ্যতে বাঘবৰত কাম কৰিলে পিঠি বহল কৰি দিয়া হ'ব বুলিও ভাবুকি প্ৰদান কৰে ঠিকাদাৰজনক

    বাঘবৰত এজন ঠিকাদাৰক ভাবুকি বিধায়ক শ্বেৰমান আলীৰ। স্থানীয় ৰাইজৰ মাজতে অশ্ৰাব্য গালি-গালাজ ঠিকাদাৰজনক। ভৱিষ্যতে বাঘবৰত কাম কৰিলে পিঠি বহল কৰি দিয়া হ’ব বুলিও বিধায়ক আলীয়ে ভাবুকি প্ৰদান কৰে ঠিকাদাৰজনক।

    চাওক VIDEO

    বাঘবৰত কোনোদিনে টেণ্ডাৰ নিদিবলৈ আদেশ দিয়ে ঠিকাদাৰজনক। বাঘবৰ সমষ্টিত সোমালেই বিপদ হ’ব বুলি কয় ঠিকাদাৰজনক। এই অশ্ৰাব্য গালি-গালাজ কৰাৰ ভিডিঅ’ বন্দী হয় কেমেৰাত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং