28 C
Guwahati
Thursday, October 28, 2021
More

    ধর্মীয় অনুষ্ঠানৰ নামত অব্যাহত অবৈধ জুৱাৰ ঘাটি

    খেল উপভোগ কৰা দেখা গৈছে কণ-কণ শিশুসকলো

    ডবকাৰ চাংমাজিত শিৱৰাত্ৰী পূজা উপলক্ষে চলাই গৈছে একাংশই অবৈধ জুৱাৰ ঘাটি। ডবকাত পুনৰ ধর্মীয় অনুষ্ঠানত দেখা গৈছে এক বৃহৎ জুৱাৰ ৰমৰমীয়া বেহা।

    ধর্মীয় অনুষ্ঠানৰ নাম লৈ আৰক্ষীৰ ছত্ৰচায়াতে জুৱাৰীয়ে বাৰে বাৰে চলাই গৈছে অবৈধ জুৱাৰ ৰমৰমীয়া বেহা। এই জুৱা খেল উপভোগ কৰা দেখা গৈছে কণ-কণ শিশুসকলো।

    Photo Credit: Sohidul Alam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং