14.5 C
Guwahati
Wednesday, January 26, 2022
More

    ৰে’ল জংচনৰ বাহিৰতে সন্তান প্ৰসৱ মহিলাৰ, পত্নীক এৰি পলায়ন স্বামীৰ

    দুদিন পূৰ্বেই পত্নীক এৰি গুৱাহাটীলৈ পলাই আহিছিল স্বামী আলাউদ্দিন আলীয়ে। সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি মৰিয়নীত।

    মৰিয়নীত স্ৱামীৰ প্ৰৱঞ্চনাৰ বলি এগৰাকী গৰ্ভৱতী মহিলা। ৰেল জংচনৰ বাহিৰতে সন্তান প্ৰসৱ কৰিলে মহিলাগৰাকীয়ে। লম্পট স্বামীয়ে গৰ্ভৱতী পত্নীক ৰে’লৱে জংচনতে এৰি থৈ আন এগৰাকী মহিলাক লগত লৈ পলায়ন কৰে। প্ৰৱঞ্চকটোৰ নাম আলাউদ্দিন আলী।

    দুদিন পূৰ্বেই পত্নীক এৰি গুৱাহাটীলৈ পলাই আহিছিল স্বামী আলাউদ্দিন আলীয়ে। সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি মৰিয়নীত।

    Guwahati | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং