মৰিয়নীত স্ৱামীৰ প্ৰৱঞ্চনাৰ বলি এগৰাকী গৰ্ভৱতী মহিলা। ৰেল জংচনৰ বাহিৰতে সন্তান প্ৰসৱ কৰিলে মহিলাগৰাকীয়ে। লম্পট স্বামীয়ে গৰ্ভৱতী পত্নীক ৰে’লৱে জংচনতে এৰি থৈ আন এগৰাকী মহিলাক লগত লৈ পলায়ন কৰে। প্ৰৱঞ্চকটোৰ নাম আলাউদ্দিন আলী।
দুদিন পূৰ্বেই পত্নীক এৰি গুৱাহাটীলৈ পলাই আহিছিল স্বামী আলাউদ্দিন আলীয়ে। সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি মৰিয়নীত।
Guwahati | Edited by: Dulu Medhi