26 C
Guwahati
Monday, October 3, 2022
More

    পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! বিহ খুৱাই স্বামীয়ে হত্যা কৰিলে পত্নীক

    শিৱস্থান আৰক্ষীয়ে আটক কৰে হত্যাকাৰী স্বামী নুৰুল হকক

    চামগুৰিৰ কুহুমতলিত স্বামীয়ে হত্যা কৰিলে পত্নীক। নিহত মহিলাগৰাকীৰ নাম ৰেচমা বেগম। পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ একাংশৰ।

    মৃত পত্নী

    পত্নীক বলপূৰ্বকভাৱে বিহ খুৱাই হত্যা কৰাৰো সন্দেহ স্থানীয় একাংশৰ। মৃত মহিলাগৰাকীৰ মুখত আঘাতৰ চিন স্পষ্ট।

    শিৱস্থান আৰক্ষীয়ে আটক কৰে হত্যাকাৰী স্বামী নুৰুল হকক। আৰক্ষীৰ জেৰা অব্যাহত হত্যাকাৰী স্বামীক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং