28 C
Guwahati
Thursday, October 28, 2021
More

    অখিল-জীতেনৰ মুক্তিৰ দাবীত কামপুৰত অনশন

    ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত আৰম্ভ হৈছে এই অনশন

    CAA বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ, আলফা নেতা জীতেন দত্তকে ধৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা সকলক বিনা চৰ্তে মুক্তিৰ দাবীত কামপুৰত অনশন।

    শনিবাৰে পুৱা কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰৰ ৰাজহুৱা মঞ্চত ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত আৰম্ভ হৈছে এই অনশন।

    Photo Credit :@rupjyotibhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং