25 C
Guwahati
Thursday, October 21, 2021
More

    ১২ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা; TIME8ৰ হাতত পৰীক্ষাৰ সূচী

    ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চ ২০২০লৈ অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ

    অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা কৰা হৈছে। ১২ ফেব্ৰুৱাৰী ২০২০ৰ পৰা ১৪ মাৰ্চ ২০২০লৈ অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ। ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ইংৰাজীৰ পৰীক্ষা। তলত দিয়া হৈছে পৰীক্ষাৰ সম্পূৰ্ণ সূচী।

    এই কথা জনালে এ এইছ এছ ই চি ৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং