20 C
Guwahati
Saturday, January 29, 2022
More

    লোমহৰ্ষক; স্বামীক হত্যা কৰি পত্নীক ধৰ্ষণ এটা পাষণ্ডৰ

    দেশত চলি থকা লকডাউনৰ মাজতে পোহৰলৈ আহিছে এক অতি লোমহৰ্ষক ঘটনা। এটা পাষণ্ডই স্বামীক হত্যা কৰি পত্নীক ধৰ্ষণ কৰিলে।

    এই গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপঙত। যোৱা নিশা সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড।

    প্ৰথমতে ভুক্তভোগী মহিলাগৰাকীৰ স্বামীক হত্যা কৰি পিছত মহিলাগৰাকীক ধৰ্ষণ কৰিলে ৩০বৰ্ষীয় ৰাজ কাৰকি নামৰ এটা পাষণ্ডই। যুৱক জনক ইতিমধ্যে লেখাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মৃত লোকজনৰ নাম গকুল কছাৰী(৬০)।

    Input Credit: Anil Sharma

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং