33 C
Guwahati
Tuesday, September 27, 2022
More

    গোলাঘাটত আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুলাই

    অভিযানত এজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে ৪ জনক জৰিমনা বিহে

    গোলাঘাটত পুনৰ চলিছে অবৈধ চুলাই মদৰ ব্যৱসায়। আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুলাই। গোলাঘাটৰ আবকাৰী অধীক্ষক মানবী দাসৰ নেতৃত্বত যোৱা গোলাঘাট, দেৰগাঁও আৰু ফৰকাটিং আবকাৰী বিভাগৰ এটা দলে মিছামৰা বাগান, দেৰগাঁও নগৰ আৰু দেৰগাঁও ৩নং গেটত অভিযান চলায়।

    মিছামৰা বাগানত কেইবাটাও চুলাই ভাটি নষ্ট কৰে। চুলাই প্ৰস্তুত কৰা কেইবা লিটাৰ পাছ আৰু অবৈধ বিলাতী সুৰাও জব্দ কৰে। অভিযানত এজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে ৪ জনক জৰিমনা বিহে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং