23 C
Guwahati
Wednesday, December 1, 2021
More

    যাত্ৰীবাহী ৰে’লত ডকাইতৰূপী গৃহৰক্ষী জোৱান, ধন দাবীৰ সমগ্ৰ দৃশ্য বন্দী কেমেৰাত

    বেগটোত টকা থকাৰ সন্দেহতে মহিলাগৰাকীক ধনদাবী কৰে গৃহৰক্ষী জোৱানজনে। মহিলাগৰাকীক ভয়-ভাবুকি দি আদায় কৰিলে ১০০ টকা

    নাহৰলগুন-গুৱাহাটী সংযোগী যাত্ৰীবাহী ৰে’লত গৃহৰক্ষী জোৱানৰ দৌৰাত্ম্য। যাত্ৰীৰ পৰা বলপূ্ৰ্বকভাৱে ধন দাবী জোৱানৰ।
    মঙলবাৰে নিশা নাহৰলগুন-গুৱাহাটী সংযোগী ডনীপলো এক্সপ্ৰেছত ডকাইতৰ ৰূপত দেখা গ’ল এগৰাকী গৃহৰক্ষী জোৱানক।

    ধন দাবী কৰাৰ দৃশ্য, চাওক VIDEO

    এগৰাকী অৰুণাচলী মহিলা যাত্ৰীয়ে লগত ৰাখিছিল এটা সৰু বেগ। বেগটোত টকা থকাৰ সন্দেহতে মহিলাগৰাকীক ধনদাবী কৰে গৃহৰক্ষী জোৱানজনে। মহিলাগৰাকীক ভয়-ভাবুকি দি আদায় কৰিলে ১০০ টকা। ধন দাবী কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল আন এগৰাকী যাত্ৰীৰ কেমেৰাত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং