30 C
Guwahati
Wednesday, October 27, 2021
More

    হোজাইত চলন্ত ৰে’লৰ পৰা সৰি পৰিল এজন যুৱক

    আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ

    হোজাইৰ যোগীজানত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা। চলন্ত ৰে’লৰ পৰা সৰি পৰিল এজন যুৱক। উজনিমুৱা ৰঙিয়া এক্সপ্ৰেছ ৰে’লৰ পৰা পৰি ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটে যুৱকজনে।

    ঘটনাস্থলীত যমুনামুখ ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। প্ৰায় ২৫ বছৰীয়া যুৱকজনৰ মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং