25 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: হোজাইত Assam Oil পেট্ৰ’ল পাম্পত ভেজাল পেট্ৰ’লকলৈ উত্তপ্ত পৰিস্থিতি

    পানী আৰু ৰং জাতীয় দ্ৰব্য মিহলাই পেট্র'ল বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে পেট্রল পাম্পটোৰ বিৰুদ্ধে

    হোজাইৰ Assam Oil পেট্ৰ’ল পাম্পত উত্তেজনা। ভেজাল পেট্ৰ’লক কেন্দ্ৰ কৰি এই উত্তেজনা। হোজাই চহৰৰ মাজমজিয়াত থকা পেট্র’ল পাম্পটো তেলৰ লগত পানী মিলাই বিক্ৰী কৰাৰ অভিযোগ।

    পানী আৰু ৰং জাতীয় দ্ৰব্য মিহলাই পেট্র’ল বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে পেট্রল পাম্পটোৰ বিৰুদ্ধে। হঠাৎ পৰিস্থিতি ইমানেই উত্তপ্ত হৈ উঠে যে ঘটনাস্থলীত হোজাই আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়াত পৰে। ভেজাল পেট্ৰ’ল সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

    Photo Credit:@sohidulalam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং