25.9 C
Guwahati
Tuesday, August 9, 2022
More

    ডবকাত লকডাউনৰ মাজতে সহকাৰী আয়ুক্তই CRPF লগাই জধে মধে মাৰপিটৰ কৰাৰ অভিযোগ

    হোজাই ডবকাত লকডাউনৰ নামত ৰাইজৰক শাৰীৰিক অত্যাচাৰ  কৰাৰ অভিযোগ।

    ডবকাত ৰাইজে লকডাউন আৰু কাৰ্ফিউ মানি চলাৰ সময়তে হোজাইৰ এগৰাকী সহকাৰী আয়ুক্তই CRPF বাহিনী লগাই জধে মধে মাৰপিটৰ কৰাৰ অভিযোগ।

    CRPF বাহীনি লৈ ডবকাত ধুমকেতুৰ ধৰে উপস্থিত হৈ Jangmir Rongpahrpy নামৰ এগৰাকী সহকাৰী আয়ুক্তই কৰিছে এই কাণ্ড।

    আনকি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণৰ অভিযোগ।

    এই ঘটনাই ডবকাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডবকা আৰক্ষীৰ অনুপস্থিতিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।

    এই ঘটনাই ডবকাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উচিত তদন্তৰ দাবী জনাইছে দল সংগঠনৰ লগতে বিভিন্ন প্ৰেছ ক্লাবে।

    Photo credit : @sohidulalam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং