28 C
Guwahati
Monday, September 26, 2022
More

    সনাতন ধৰ্ম সুৰক্ষিত থাকিলে মুছলমান আৰু হিন্দু মানুহ সুৰক্ষিত থাকিবঃ হিমন্ত বিশ্ব শৰ্মা

    খাৰুপেটীয়াৰ হিন্দু সকলক অন্য লোকক মাটি বিক্ৰী নকৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    দৰঙৰ খাৰুপেটীয়াৰ অতি পুৰণি তথা বৃহত্তৰ বাৰোৱাৰী পূজা মন্দিৰত দুৰ্গোৎসৱৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰি খাৰুপেটীয়াৰ হিন্দু সকলক অন্য লোকক মাটি বিক্ৰী নকৰিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰীজনে সনাতন ধৰ্ম তথা হিন্দু ধৰ্ম একত্ৰিত হৈ থাকিবলৈও আহ্বান জনায়।

    বঙালী, অসমীয়া, শিখ আদি ভাগ কৰি থকাত কৈ সকলোৱে এক হৈ থাকি হিন্দু ধৰ্মক শক্তিশালী কৰিবলৈ আহ্বান জনায় মন্ত্ৰী শৰ্মাই। এন আৰ চি ৰ বাদ পৰা সকলো হিন্দুকে সহায় কৰা কৰ্তব্য বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। যেতিয়া অসমত সনাতন ধৰ্ম সুৰক্ষিত থাকিব তেতিয়ালৈকে মুছলমান, হিন্দু মানুহ সুৰক্ষিত থাকিব বুলিও মন্তব্য মন্ত্ৰী শৰ্মাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং