26 C
Guwahati
Friday, October 7, 2022
More

    বাজেটৰ সুখবৰ আগতীয়াকৈ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

    এই কথা ঘোষণা কৰে আজি বোকাখাটত হোৱা সংকল্প সমাৰোহত

    বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে বাজেটৰ আগতীয়া সুখবৰ। পৰম্পৰা ভংগ কৰি আহিবলগীয়া বাজেটৰ সিদ্ধান্ত আগতীয়াকৈ প্ৰকাশ মন্ত্ৰীগৰাকীৰ। অসমত সম্পূৰ্ণ বিনামূলীয়া হ’ব এটকীয়া চাউল। লগতে থাকিব ৫০ শতাংশ ৰাজসাহায্য় চেনী আৰু দাইলত।

    এই কথা ঘোষণা কৰে আজি বোকাখাটত হোৱা সংকল্প সমাৰোহত। এই সংকল্প সমাৰোহত উপস্থিত থাকে বিজেপি আৰু অগপৰ কেইবাজনো নেতৃবৰ্গ। হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগতে উপস্থিত আছিল অসম গণ পৰিষদৰ অতুল বৰা, ফণী ভূষণ চৌধুৰী, কেশৱ মহন্ত আদি।

    Photo: @himantabiswa

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং