25.9 C
Guwahati
Tuesday, August 9, 2022
More

    NRC জাতীয় দলিল নহয় বুলি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

    অৱশ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নোসোমালেও শিৱ, দুৰ্গা, কালীক পূজা কৰাসকলৰ নাম পৰৱৰ্তী সময়ত NRCত সোমাবই সোমাব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

    মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কাইলৈ প্ৰকাশ পাবলগীয়া NRCক জাতীয় দলিল নহয় বুলি আখ্যা দি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিদেশী চিনাক্তকৰণৰ নতুন চিন্তাচৰ্চা কৰা বুলি মন্তব্য কৰে৷

    মন্ত্ৰী শৰ্মাই কাইলৈ প্ৰকাশ পাবলগীয়া NRCত নাম নাথাকিলেও প্ৰকৃত ভাৰতীয়সকলে চিন্তাৰ কাৰণ নাই বুলি আশ্বস্ত কৰি শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান জনাই ৷ অৱশ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নোসোমালেও শিৱ, দুৰ্গা, কালীক পূজা কৰাসকলৰ নাম পৰৱৰ্তী সময়ত NRCত সোমাবই সোমাব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং