মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কাইলৈ প্ৰকাশ পাবলগীয়া NRCক জাতীয় দলিল নহয় বুলি আখ্যা দি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিদেশী চিনাক্তকৰণৰ নতুন চিন্তাচৰ্চা কৰা বুলি মন্তব্য কৰে৷
মন্ত্ৰী শৰ্মাই কাইলৈ প্ৰকাশ পাবলগীয়া NRCত নাম নাথাকিলেও প্ৰকৃত ভাৰতীয়সকলে চিন্তাৰ কাৰণ নাই বুলি আশ্বস্ত কৰি শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান জনাই ৷ অৱশ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নোসোমালেও শিৱ, দুৰ্গা, কালীক পূজা কৰাসকলৰ নাম পৰৱৰ্তী সময়ত NRCত সোমাবই সোমাব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।