33 C
Guwahati
Wednesday, September 28, 2022
More

    ডিটেনচন কেম্প হিন্দুৰ কাৰণে নহয়ঃ হিমন্ত বিশ্ব শৰ্মা

    শিলচৰত অনুষ্ঠিত জন জাগৰন সভাত সভাত অংশ লৈ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    গোপালপাৰাত যি ডিটেনচন কেম্প নিৰ্মাণ হৈ আছে সেয়া কোনো হিন্দু নাগৰিকৰ নহয়। CABৰ বাহিৰত যিসকল থাকিব তেওঁলোকৰ স্থান হ’ব ডিটেনচন কেম্পত। শিলচৰত অনুষ্ঠিত জন জাগৰন সভাত সভাত অংশ লৈ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    কেব আহিব কোনেও ৰখাব নোৱাৰে, এই মন্তব্য মন্ত্ৰীগৰাকীৰ। উত্তৰ-পূবৰ ৭খন ৰাজ্যৰ জনগোষ্ঠীৰ স্বাৰ্থ চিন্তা কৰি অনা হ’ব কেব৷ নৱেম্বৰত কেব সদনত গৃহীত হ’ব বুলি আশা প্ৰকাশ কৰিলে হিমন্তই। তেওঁ ক’লে কেবৰ বিৰোধিতা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া মানুহে কৰা নাই৷ বিৰোধিতা কৰিছে সুস্মিতা দেৱ আৰু কংগ্ৰেছে৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং