অখিল গগৈৰ বিৰুদ্ধে তৰা মানহানি গোচৰত সাক্ষ্য দিবলৈ আদালতত হাজিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২০১১ চনত গোচৰ তৰিছিল।
ডিমা হাচাওৰ এহাজাৰ কোটিটকীয়া কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ তুলিছিল কৃষক নেতা অখিল গগৈয়ে। এই ঘটনা আছিল ২০১০ চনৰ। সেই অভিযোগৰ পিছতে হিমন্তই গোচৰ তৰিছিল।
Guwahati | Edited by: Dulu MEDHI | First Published: Aug 22