22 C
Guwahati
Sunday, December 5, 2021
More

    Breaking: সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ সালসলনি; পুনৰ শিক্ষা বিভাগৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা

    ইফালে নতুন মন্ত্ৰী সঞ্জয় কিষাণক চাহ, শ্ৰম আৰু উন্নয়ন বিভাগৰ দায়িত্বত নিযুক্তি।

    সালসনি হ’ল সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ। পুনৰ শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সিদ্ধাৰ্থ ভট্টাচাৰ্যই হেৰুৱালে শিক্ষা বিভাগ। নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা যোগেন মহনে শক্তি বিভাগৰ দায়িত্ব লাভ কৰিলে। ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰীৰো দায়িত্ব প্ৰদান যোগেন মহনক।

    ইফালে নতুন মন্ত্ৰী সঞ্জয় কিষাণক চাহ, শ্ৰম আৰু উন্নয়ন বিভাগৰ দায়িত্বত নিযুক্তি। মন্ত্ৰী পীয়ুষ হাজৰিকাক অতিৰিক্ত দায়িত্ব প্ৰদান। অতিৰিক্তভাৱে নগৰ উন্নয়ন আৰু প্ৰয় প্ৰণালী (Town And Country Planning) বিভাগৰো দায়িত্ব মন্ত্ৰীগৰাকীক।

    Photo credit: economictimes.indiatimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং