20 C
Guwahati
Saturday, January 29, 2022
More

    ডিব্ৰুগড়ত বিমান বন্দৰত স্ক্ৰিনিঙৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মা

    লগতে বুজ লয় বিমান বন্দৰটোৰ সমগ্ৰ স্ক্ৰিনিং প্ৰক্ৰিয়া

    সকলোকে সজাগ হ’বলৈ কৈ থকাৰ মাজতে ডিব্ৰুগড়ত বিমান বন্দৰত স্ক্ৰিনিঙৰ সন্মুখিন হিমন্ত বিশ্ব শৰ্মা। জনতাক সুৰক্ষিত হৈ থাকিব কৈ থকাৰ সমান্তৰালকৈ জনসমাগমৰ পৰাও আতৰত থাকিবলৈ আহ্বান জনাই আহিছে প্ৰশাসনৰ লগতে নেতা সকলেও। সেয়ে ডিব্ৰুগড়ত বিমান বন্দৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই স্ক্ৰিনিঙৰ সন্মুখিন হয়। লগতে বুজ লয় বিমান বন্দৰটোৰ সমগ্ৰ স্ক্ৰিনিং প্ৰক্ৰিয়া।

    লগতে জনতাকো আহ্বান জনাই চৰকাৰ আৰু চিকিৎসা কৰ্মীসকলক সহায় সহযোগিতা আগবাঢ়াবলৈ। যাতে এই মাৰাত্মক কৰ’ণা ভাইৰাছ বিয়পাত বাধা হয় আৰু সুৰক্ষিত থাকো সকলো।

    Photo credit: @himantabiswa

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং