27 C
Guwahati
Wednesday, October 13, 2021
More

    বিশ্ব জুনিয়ৰ চেম্পিয়ন হিমা দাসে খেলিব বিশ্ব এথ্লেটিক্ছ চেম্পিয়নশ্বিপছত

    বিশ্ব এথ্লেটিক্ছ চেম্পিয়নশ্বিপছত অংশ লোৱাৰ সুযোগ লাভ কৰিছে অসম সন্তান তথা ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে। প্ৰতিযোগিতাৰ 4 x 400 মিটাৰ ৰীলেত অংশ ল’বলৈ ২৫জনীয়া ভাৰতীয় দলত স্থান পাইছে বিশ্ব জুনিয়ৰ চেম্পিয়ন হিমাই।

    হিমা দাস নিজৰ পছন্দৰ ৪০০ মিটাৰ ৰীলেৰ বাবে কোৱালিফাই নহ’ল যদিও মহিলাৰ 4 x 400 মিটাৰ ৰীলে আৰু মিক্সড 4 x 400 মিটাৰ ৰীলেত খেলিবলৈ ভাৰতীয় দলত যোগ্যতা অৰ্জন কৰিছে স্বৰ্ণ কন্যা হিমা দাসে। কাটাৰৰ দহাত ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই বিশ্ব এথ্লেটিক্ছ চেম্পিয়নশ্বিপছ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং