বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকৰ বাবে হেল্প লাইন মুকলি।ৰাজ্যৰ লগতে প্ৰত্যেকখন জিলাৰ বাবে হেল্পলাইন নম্বৰ মুকলি। অসম আৰক্ষীয়ে মুকলি কৰি দিছে বিশেষ Whatsapp নম্বৰ।ৰাজ্যৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰা নম্বৰটো হৈছে 9435215029। বহিঃৰাজ্যত থকাসকলে 9435215029 নম্বৰত Whatsapp কৰক।
বিপদকালীন যিকোনো সমস্যাৰ বাবে সহায় কৰিব অসম আৰক্ষীয়ে।স্বাস্থ্যৰ পৰা নিৰাপত্তালৈকে আপোনাৰ কাষত থাকিব অসম আৰক্ষী।নাম ঠিকনা দি আৱদ্ধ হৈ থকাৰ কথা জনাব পাৰিব অসম আৰক্ষীক।লগে লগে ব্যৱস্থা ল’ব অসম আৰক্ষীয়ে। অসমৰ প্ৰতিখন জিলাৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্প লাইন নম্বৰ।অসমৰ ৩৪খন জিলাত মুকলি কৰিছে হেল্পলাইন নম্বৰ।
Photo Credit: Kalinga Tv