15 C
Guwahati
Tuesday, January 25, 2022
More

    হাইলাকান্দি আৰক্ষীৰ সফলতা, দুধৰ্ষ ডকাইত আটক

    হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান

    হাইলাকান্দি আৰক্ষীৰ বৃহৎ সফলতা। হাইলাকান্দি আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত কমৰুল ইছলাম বড়ভূঞা লেখই। বৃহস্পতিবাৰ নিশা হাইলাকান্দি আৰক্ষীয়ে অভিযান চলাই কাছাৰ জিলাৰ ছৈয়দপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ডকাইতটোক।

    বৰাক উপত্যকাৰ তিনি জিলাত সংঘটিত কেইবাটাও ডকাইতি ঘটনাত জড়িত আছিল কমৰুল ইছলাম। হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত চলা এই অভিযানত গ্ৰেপ্তাৰ হৈছে ডকাইতটো।

    Input and Photo credit: Bidhen Sen

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং