27 C
Guwahati
Saturday, October 23, 2021
More

    বিধানসভাৰ অধ্যক্ষলৈ ৰূপজ্যোতি কুৰ্মীৰ ক্ষমাপত্ৰ

    সৰ্বদলীয় বৈঠকত অধ্যক্ষই কঠোৰ সিদ্ধান্ত লোৱাৰ ইংগিত দিছিল

    মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ক্ষমাপত্ৰ। বিধানসভাৰ অধ্যক্ষলৈ ক্ষমা প্ৰাৰ্থনাৰে বিধায়কজনৰ পত্ৰ। সৰ্বদলীয় বৈঠকত অধ্যক্ষই কঠোৰ সিদ্ধান্ত লোৱাৰ ইংগিত দিছিল।

    Photo : Time8

    তাৰপিছতেই তাৎক্ষণিকভাৱে বিধায়কজনৰ এই সিদ্ধান্ত। অন্যথা বিধান সভাৰ চলিত অধিৱেশনৰ পৰা ৰূপজ্যোতি কুৰ্মী বহিষ্কৃত হোৱাৰ সম্ভাৱনা আছিল। চৰকাৰলৈ আঙুলি কাটি তেজেৰে চিঠি লিখিছিল বিধায়কজনে। কেইবাটাও দাবীৰে অভিনৱ প্ৰতিবাদ কৰিছিল কুৰ্মীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং