28 C
Guwahati
Thursday, October 28, 2021
More

    ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ চৰকাৰৰ আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

    ইণ্টাৰনেট সেৱা মুকলি কৰাৰ নিৰ্দেশ পুনৰীক্ষণ কৰিবলৈ অসম চৰকাৰে উচ্চ ন্যায়ালয়ত পুনৰীক্ষন আবেদন জনাইছে। সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ কৰিবলৈ চৰকাৰে আবেদন জনাইছে উচ্চ ন্যায়ালয়ক।

    ৰাজ্য চৰকাৰৰ এই আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং