25 C
Guwahati
Thursday, October 21, 2021
More

    গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ ৪খন সোণৰ বিস্কুট

    জব্দকৃত সোণৰ বিস্কুটকেইখনৰ মূল্য প্ৰায় ২৫ লাখ টকা

    সোমবাৰে পুৱা গুৱাহাটী ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ পৰা ৪খন সোণৰ বিস্কুট উদ্ধাৰ। টাচবিৰ নামৰ লোকজনৰ পৰা উদ্ধাৰ কৰা হয় সোণৰ বিস্কুটকেইখন। ধৃত লোকজন হাৰিয়ানাৰ।

    জব্দকৃত সোণৰ বিস্কুটকেইখনৰ মূল্য প্ৰায় ২৫ লাখ টকা। ডিমাপুৰৰ পৰা দিল্লীলৈ লৈ গৈ আছিল সোণৰ বিস্কুটকেইখন। ৰে’ল আৰক্ষীয়ে অভিযান চলাই লোকজনৰ পৰা উদ্ধাৰ কৰে সোণখিনি।

    সম্প্ৰতি ৰে’ল আৰক্ষীৰ জিম্মাত আছে লোকজন। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং