GST কাউঞ্চিলৰ ৩৭ সংখ্যক বৈঠক ২০ আগষ্টত গোৱাত অনুষ্ঠিত হ’ব। সূত্ৰ অনুসৰি GST কাউঞ্চিলৰ বৈঠকত প্ৰাইভেট হেল্থকেয়াৰ ছেক্টৰক ইনপুট টেক্স ক্ৰেডিটৰ (ITC)ৰ সুবিধা দিয়া আৰু সিদ্ধান্ত গ্ৰহণ কৰা সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা। কেইবাটাও নিশ্চিত কেটেগৰীৰ অটোমোবাইলত GST দৰ হ্ৰাস হোৱাৰ সম্ভাৱনা।