22 C
Guwahati
Tuesday, October 26, 2021
More

    NDFBৰ নিষেধাজ্ঞা আৰু ৫ বছৰলৈ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

    গৃহ মন্ত্ৰ্যালয়ৰ এক অধিসূচনা অনুসৰি National Democratic Front of Boroland(NDFB)য়ে পৃথক বড়ো ৰাজ্য ‘বড়োলেণ্ড’ গঠন কৰিবলৈ দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বিঘ্নিত কৰাৰ উদ্দেশ্য অবৈধ আৰু হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈ আহিছে

    বড়ো সন্ত্ৰাসবাদী সংগঠন NDFBৰ নিষেধাজ্ঞা আৰু ৫ বছৰলৈ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ৷ হত্যাকাণ্ড, হিংসাত্মক কাৰ্যকলাপৰ লগতে ভাৰত বিৰোধী শক্তিৰ লগত হাত মিলোৱাৰ অপৰাধত এই সিদ্ধান্ত কেন্দ্ৰৰ ৷

    গৃহ মন্ত্ৰ্যালয়ৰ এক অধিসূচনা অনুসৰি National Democratic Front of Boroland(NDFB)য়ে পৃথক বড়ো ৰাজ্য ‘বড়োলেণ্ড’ গঠন কৰিবলৈ দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বিঘ্নিত কৰাৰ উদ্দেশ্য অবৈধ আৰু হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈ আহিছে৷ গতিকে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) অধিনিয়ম, ১৯৬৭ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগেৰে NDFBক ‘বেআইনী সংগঠন’ ঘোষণা কৰি ৫ বছৰলৈ নিষেধাজ্ঞা জাৰি কৰা হয় ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং