26 C
Guwahati
Thursday, September 29, 2022
More

    মহানগৰীৰ লখৰাৰ সাউকুছিত ATM লুটৰ অপচেষ্টা বহিঃৰাজ্যৰ ডকাইতৰ

    পুৱতিনিশা ৪ বজাত এটিএম কাটি থকা সময়ত গড়চুক আৰক্ষীৰ তহলদাৰী দলে হাতেলোটে গ্ৰেপ্তাৰ কৰে বহিঃৰাজ্যৰ আৰিফক

    গুৱাহাটীৰ লখৰা সাউকুছিত ATM লুটৰ ব্যৰ্থ চেষ্টা ডকাইতৰ। গড়চুক আৰক্ষীৰ তৎপৰতাত হাতেলোটে গ্ৰেপ্তাৰ ATM ডকাইত। ডকাইতটোৰ পৰা জব্দ চিলিণ্ডাৰ গেছ কাটাৰ, প্লাছ, অন্যান সামগ্ৰীৰ লগতে মাক্স আৰু হাত-মোজা।

    পুৱতিনিশা ৪ বজাত এটিএম কাটি থকা সময়ত গড়চুক আৰক্ষীৰ তহলদাৰী দলে হাতেলোটে গ্ৰেপ্তাৰ কৰে বহিঃৰাজ্যৰ আৰিফক। ধৃত ডকাইতটোৰ ঘৰ হাৰিয়ানাৰ মুহুত।

    আৰক্ষীৰ উপস্থিতিৰ কথা গম পাই ঘটনাস্থলীৰ পৰা পলায়ন আনকেইটা ডকাইতৰ। সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে ATMটো।

    Photo credit: udaipurtimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং