25 C
Guwahati
Thursday, October 21, 2021
More

    সোণ-ৰূপে কন্দুৱাব জনসাধাৰণক

    বিয়াৰ বতৰতে জনসাধাৰণৰ মূৰত সোণ-ৰূপে মাৰিলে মাধমাৰ

    এতিয়া বিয়াৰ বতৰ। কিন্তু বিয়াৰ বতৰত আহিছে বেয়া খবৰ। বৃদ্ধি পালে সোণ-ৰূপৰ দাম।

    দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য বৰ্তমানলৈকে সৰ্বোচ্চ ৪১,৭৩০ টকালৈ উঠিছে।

    ৰূপৰ মূল্য প্ৰতি কেজি ১,১০৫ টকাৰ পৰা ৪৯,৪৩০ টকালৈ বৃদ্ধি পাইছে।

    Photo Credit: businessinsider.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং