ৰোহিণী কুমাৰ গগৈ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰিছে গোলাঘাট আৰক্ষীয়ে। আদালতে দুদিনৰ বাবে ৰোহিণী কুমাৰ গগৈক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ৰোহিণীৰ ঘৰ গোলাঘাটৰ ৰঙাজানত।
২ জানুৱাৰীত সংঘাটিত হৈছিল এই গুলীচালনাৰ ঘটনাৰ ঘটনা। এটা বাসগৃহ আৰু এখন মাৰুতি ভেনক লক্ষ্য কৰি চলাইছিল গুলী। ইফালে এই ৰোহিণী কুমাৰ গগৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগত অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।
Photo Credit: @rajibkarmakar