20 C
Guwahati
Thursday, February 2, 2023
More

    গোলাঘাটৰ গুলীচালনাৰ লগত জড়িত মৃণাল শইকীয়াৰ ঘনিষ্ঠক গ্ৰেপ্তাৰ

    এটা বাসগৃহ আৰু এখন মাৰুতি ভেনক লক্ষ্য কৰি ধৃত লোকজনে চলাইছিল গুলী

    ৰোহিণী কুমাৰ গগৈ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰিছে গোলাঘাট আৰক্ষীয়ে। আদালতে দুদিনৰ বাবে ৰোহিণী কুমাৰ গগৈক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ৰোহিণীৰ ঘৰ গোলাঘাটৰ ৰঙাজানত।

    ২ জানুৱাৰীত সংঘাটিত হৈছিল এই গুলীচালনাৰ ঘটনাৰ ঘটনা। এটা বাসগৃহ আৰু এখন মাৰুতি ভেনক লক্ষ্য কৰি চলাইছিল গুলী। ইফালে এই ৰোহিণী কুমাৰ গগৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগত অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।

    Photo Credit: @rajibkarmakar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং