25 C
Guwahati
Thursday, October 21, 2021
More

    GMCHৰ চিকিত্সক আটক, উত্কোচ লৈ হাতে-লোটে ধৰা পৰে

    মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ পৰা টকা বিচাৰিছিল চিকিৎসকজনে

    দুৰ্নীতি নিবাৰক শাখাৰ জালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ পৰা টকা বিচাৰিছিল চিকিৎসকজনে। দাবী কৰা ধন লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত। ধৃত চিকিৎসকজনৰ নাম মনোজ বৈশ্য।

    ৰিপৰ্টৰ নামত ৫০ হাজাৰ ধন দাবী কৰিছিল চিকিৎসক মনোজ বৈশ্যই। কিন্তু ৮ হাজাৰ টকা দিবলৈ মান্তি হৈছিল চিকিৎসকজনক। সেই ৮ হাজাৰ টকা লোৱাৰ সময়ত হাতে-লোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই। অভিযানকালত জব্দ বহু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু দ্ৰব্য।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং