33 C
Guwahati
Wednesday, September 28, 2022
More

    হাবিৰ মাজত উদ্ধাৰ যুৱতীৰ মৃতদেহ, চিৰাঙত চাঞ্চল্য

    ঘন জংঘলৰ মাজত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। স্থানীয় একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক

    চিৰাং জিলাৰ ৩নং গৰাইমাৰীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। ঘন জংঘলৰ মাজত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ। স্থানীয় একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

    ৰাইজে খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়গৈ আৰক্ষীৰ লগতে বিজনী মহকুমাধিপতিও। যুৱতীগৰাকীক ধৰ্ষণৰ পিছতে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং