27 C
Guwahati
Wednesday, October 13, 2021
More

    তেজেৰে পোষ্টাৰ লিখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ CAB প্ৰতিবাদ

    ছাত্ৰ সমাজে আন্দোলনত অংশ ল'ব নোৱাৰিব বুলি অসম চৰকাৰৰ শিক্ষা বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো মনে মনে বহি নাথাকিল ছাত্ৰ সমাজ

    কেবৰ বিৰুদ্ধে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জ্বলিছে জুই। অসমক লৈ চিন্তিত সকলো ওলাই আহিছে কেবৰ বিৰুদ্ধে যুঁজিবলৈ। ছাত্ৰ সমাজে আন্দোলনত অংশ ল’ব নোৱাৰিব বুলি অসম চৰকাৰৰ শিক্ষা বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো মনে মনে বহি নাথাকিল ছাত্ৰ সমাজ। শিক্ষা বিভাগক বুঢ়া আঙুলি দেখুৱাই চলাই গ’ল আন্দোলন।

    Photo Credit: @prakashadhikari

    আনকি খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে আন্দোলন কৰিবলৈ কেৰেপ নকৰিলে শিক্ষাৰ্থীয়ে। আজি লোকসভাত উত্থাপন হব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰই হাত কাটি তেজেৰে পোষ্টাৰ লিখি কেবৰ বিৰুদ্ধে কৰিলে মৌন অথচ শক্তিশালী প্ৰতিবাদ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং