23.4 C
Guwahati
Wednesday, October 20, 2021
More

    Breaking: গুৱহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিল

    ডিচেম্বৰৰ ১০ তাৰিখে হ'ব লগীয়া গুৱহাটী বিশ্ববিদ্যালয়ৰ সমূহ পৰীক্ষা পিছুৱাই দিয়া হৈছে

    কলা-আইন-বিজ্ঞানৰ স্নাতক, স্নাতকোত্তৰ, আইন আদি ডিচেম্বৰৰ ১০ তাৰিখে হ’ব লগীয়া গুৱহাটী বিশ্ববিদ্যালয়ৰ সমূহ পৰীক্ষা পিছুৱাই দিয়া হৈছে। পৰীক্ষা নিৰিক্ষকে ডি. জে চৌধুৰীৰ স্বাক্ষৰ সম্বলিত এক বাৰ্তা যোগে এই বাতৰি প্ৰকাশ। পিছে পৰীক্ষা বাতিলৰ প্ৰকৃত কাৰণ উল্লেখ কৰা নাই সেই বাৰ্তাত। পৰৱৰ্তী পৰীক্ষাৰ সময় পিছলৈ নতুনকৈ প্ৰকাশ কৰা হ’ব বুলি জনায় বাৰ্তা যোগে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং