25 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: মহানগৰীৰ বাছত স্থাপন কৰা হ’ব GPS, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

    অসম পৰিবহন বিভাগৰ আয়ুক্তক দিছে এই নিৰ্দেশনা

    মহানগৰীৰ প্ৰতিখন বাছত GPS স্থাপন কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসম পৰিবহন বিভাগৰ আয়ুক্তক দিছে এই নিৰ্দেশনা। বাছসমূহৰ চলাচল ট্ৰেক কৰিবলৈ আদালতে আগন্তুক ৬ সপ্তাহৰ ভিতৰত বাছসমূহত GPS স্থাপন কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে পৰিবহন বিভাগক।

    উচ্চ ন্যায়ালয়ে বিভাগক এয়া নিশ্চিত কৰিবলৈ কৈছে যে যাত্ৰীৰ সুৰক্ষাৰ বাবে বাছৰ দুৱাৰ নিৰ্ণয় কৰা হওক। দুৱাৰ নোহোৱা বাছসমূহক এমাহলৈ ৰাজপথত চলাচল কৰিব দিয়া নহ’ব।

    Photo credit: google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং