34 C
Guwahati
Wednesday, September 21, 2022
More

    Breaking: গণৰাজ্য দিৱস বৰ্জন ইউনাইটেড গাৰো অটোনমাচ কাউন্সিল মোভমেণ্ট কমিটিৰ

    অসমত থকা গাৰো জনগোষ্ঠীৰ লোকসকলক চৰকাৰে দীৰ্ঘদিনে বঞ্চনা কৰাৰ অভিযোগ

    কাইলৈ গণৰাজ্য দিৱস। গণৰাজ্য দিৱসক আদৰিবলৈ সমগ্ৰ ৰাজ্যতে চলোৱা হৈছে প্ৰস্তুতি। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণতে গণৰাজ্য দিৱস বৰ্জনৰ সিদ্ধান্ত লৈছে ইউনাইটেড গাৰো অটোনমাচ কাউন্সিল মোভমেণ্ট কমিটিয়ে।

    চৰকাৰে দীৰ্ঘদিনে অসমত থকা গাৰো জনগোষ্ঠীৰ লোকসকলক বঞ্চনা কৰাৰ অভিযোগ। চৰকাৰে গাৰো স্বায়ত্ব শাসিত পৰিষদ ঘোষণা নকৰাত এই সিদ্ধান্ত ইউনাইটেড গাৰো অটোনমাচ কাউন্সিল মোভমেণ্ট কমিটিৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং