28 C
Guwahati
Wednesday, October 27, 2021
More

    আজিৰে পৰা মন্ত্ৰীৰ আৱাসিক এলেকাত প্ৰৱেশ নিষেধ ৰাইজৰ

    কৰ'ণা প্ৰতিৰোধৰ বাবেই এই ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে

    জনতা ভৱনৰ মন্ত্ৰীৰ আৱাসিক এলেকাত প্ৰৱেশ নিষেধ সাধাৰণ দৰ্শনাৰ্থী তথা ৰাইজৰ। অহা ৩১ মাৰ্চলৈ প্ৰৱেশ নিষেধ সাধাৰণ জনতাৰ। ১৭ মাৰ্চ ২০২০ তাৰিখে এক জাননি জাৰি কৰি এই নিষেধনামা আগবঢ়াই জনতা ভৱনৰ এডমিনিষ্ট্ৰেছন ডিপাৰ্টমেন্টৰ কমিছমাৰ ড০ এম অংগমুথুই।

    কৰ’ণা প্ৰতিৰোধৰ বাবেই এই ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে। আজিৰে পৰা ৩১ মাৰ্চ মঙলবাৰলৈ কোনো সাধাৰণ জনতা প্ৰৱেশ কৰিব নোৱাৰিব।

    Photo credit: Newsmen

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং