22 C
Guwahati
Friday, January 21, 2022
More

    নিজ হাতে মাস্ক চিলাই বিনামূলীয়াকৈ বিতৰণ বিশ্বনাথৰ ১৩ বছৰীয়া কিশোৰৰ

    বৰ্তমান বজাৰত মাস্কৰ চাহিদা বঢ়াৰ ফলত বজাৰত পাবলৈ নাইকিয়া হৈছে মাস্ক

    সমগ্র বিশ্বতে এতিয়া কৰ’ণাতংক। কৰ’ণাৰ ফলত বহু দেশ বৰ্তমান সংকটকালীন অৱস্থাত। কৰ’ণাৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় সঘনে হাত ধোৱা আৰু মাস্ক পিন্ধি থকা। কিন্তু বৰ্তমান বজাৰত মাস্কৰ চাহিদা বঢ়াৰ ফলত বজাৰত পাবলৈ নাইকিয়া হৈছে মাস্ক।

    বিশ্বনাথৰ বালিপুখুৰীৰ নয়নজ্যোতি হাজৰিকা আৰু ৰীতা হাজৰিকাৰ কণিষ্ঠ পুত্ৰ তথা ১৩ বছৰীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰ কুণাল হাজৰিকাই মাকে চিলাই কৰোতে থাকি যোৱা কাপোৰ তথা গামোচা কাটি নিজ হাতে মাস্ক চিলাই বিনামূলীয়াকৈ বিতৰণ কৰিছে দুখীয়া ৰাইজক।কুণালৰ এই মহৎ কাৰ্য্যক সকলোৱে সন্মান জনাই আশীৰ্বাদ প্ৰদান কৰিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং