22 C
Guwahati
Wednesday, October 27, 2021
More

    ছাত্ৰ-ছাত্ৰীৰ বাবে কটন বিশ্ববিদ্যালয়ত আৰম্ভ বিনামূলীয়া বাছসেৱা

    পৰীক্ষামূলকভাৱে মঙলবাৰে মুকলি কৰা হয় প্ৰথমখন বাছ

    মহানগৰীৰ কটন বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ আৰম্ভ হ’ল বাছসেৱা। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে গুৱাহাটীৰ বিভিন্ন স্থানলৈ কটন বিশ্ববিদ্যালয়লৈ চলিব বাছসমূহ।

    পৰীক্ষামূলকভাৱে মঙলবাৰে মুকলি কৰা হয় প্ৰথমখন বাছ। এই বাছসেৱাক লৈ আনন্দিত ছাত্ৰ-ছাত্ৰীসকল। বিশ্ববিদ্যালয়খনৰ পৰা ৪ বাৰকৈ পৃথক পৃথক সময়ত চলিব বাছসমূহ।

    ভৱেশ চন্দ্ৰ গোস্বামী, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ৰেজিষ্টাৰ দিগন্ত কুমাৰ দাস আৰু অন্য মহাবিদ্যালয়ৰ কৰ্মীসকলৰ উপস্থিতিত এই বাছসেৱা ফ্লেগ অফ কৰা হৈছিল।

    পথসমূহ হ’লঃ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং