33 C
Guwahati
Wednesday, September 28, 2022
More

    ঘৰত কোনো নথকাত ভতিজাকক বলাত্কাৰ, স্থানীয় ৰাইজে শোধালে উত্তম-মধ্যম

    বাবলা নায়কৰ ঘৰলৈ গৈছিল ১৪ বছৰীয়া ভতিজাক। সেই সময়ত ঘৰত নাছিল আন কোনো লোক। তাৰে সুযোগ গ্ৰহণ কৰি কিশোৰীগৰাকীক বলাত্কাৰ কৰে বাবলা নায়কে

    সভ্য সমাজক লজ্জানত কৰা আন এক ঘটনা সংঘটিত হৈছে ৰাজ্যত। নগাঁৱৰ কঠিয়াতলীত সংঘটিত হ’ল তেনে এক ঘটনা। নিজ ভতিজাকক বলাত্কাৰ কৰিলে এজনে। ধৰ্ষণত অভিযুক্ত বাবলা নায়ক নামৰ লোকজনক স্থানীয় ৰাইজে চেন্দেলৰ মালা পিন্ধাই, উত্তম-মধ্যম শোধাই গতাই দিয়ে আৰক্ষীক।

    বাবলা নায়কৰ ঘৰলৈ গৈছিল ১৪ বছৰীয়া ভতিজাক। সেই সময়ত ঘৰত নাছিল আন কোনো লোক। তাৰে সুযোগ গ্ৰহণ কৰি কিশোৰীগৰাকীক বলাত্কাৰ কৰে বাবলা নায়কে আৰু সকলো কথা পিছত আনক জনোৱাত স্থানীয় একাংশ লোকে গৈ বাবলা নায়কক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই গতাই দিয়েগৈ আৰক্ষীক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং