20 C
Guwahati
Thursday, January 27, 2022
More

    NRCত নাই প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰ ভূঞাৰ নাম

    প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰ ভূঞাৰ নাম নাহিল পূৰ্ণাংগ তালিকাত

    ৰাষ্ট্ৰীয় নাগৰিকঞ্জীৰ প্ৰথম খচৰাত প্ৰকাশ পোৱাৰ পাছতো প্ৰাক্তন বিধায়ক মৌলানা আতাউৰ ৰহমান মাঝাৰ ভূঞাৰ নাম নাহিল পূৰ্ণাংগ তালিকাত।

    আজি পুৱা ১০ বজাৰ লগে লগে যি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা প্ৰকাশ পাইছিল সেই তালিকাত নাহিল কাছাৰ জিলাৰ কাটিগড়াৰ প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভূঞাৰ নাম।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং