তপন কুমাৰ ডেকা নতুন আৰক্ষী সঞ্চালক প্ৰধান হোৱাৰ পূৰ্ণ সম্ভাৱনা। বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়াই অৱসৰ গ্ৰহণ কৰাৰ পিছতে ৩১ আগষ্টত অসম আৰক্ষীত যোগদান কৰিব নতুন সঞ্চালকপ্ৰধানে৷
১৯৮৮ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডেকা বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ SIBৰ অতিৰিক্ত সঞ্চালক হিচাপে কতৰ্ব্যৰত৷ তপন কুমাৰ ডেকাৰ জন্ম সৰ্থেবাৰীত৷ কুল শইকীয়াৰ অৱসৰৰ পিছতে তেওঁৰ স্থলাভিষিক্ত হ’ব পাৰে তপন কুমাৰ ডেকাৰ।
Guwahati | Edited by: Dulu Medhi