14.5 C
Guwahati
Wednesday, January 26, 2022
More

    আছুৰ প্ৰাক্তন নেতা তপন কুমাৰ ডেকা হ’ব পাৰে অসম আৰক্ষীৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান

    ৩১ আগষ্টত অৱসৰ ল’ব আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়াই।

    তপন কুমাৰ ডেকা নতুন আৰক্ষী সঞ্চালক প্ৰধান হোৱাৰ পূৰ্ণ সম্ভাৱনা। বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান কুল শইকীয়াই অৱসৰ গ্ৰহণ কৰাৰ পিছতে ৩১ আগষ্টত অসম আৰক্ষীত যোগদান কৰিব নতুন সঞ্চালকপ্ৰধানে৷

    ১৯৮৮ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডেকা বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ SIBৰ অতিৰিক্ত সঞ্চালক হিচাপে কতৰ্ব্যৰত৷ তপন কুমাৰ ডেকাৰ জন্ম সৰ্থেবাৰীত৷ কুল শইকীয়াৰ অৱসৰৰ পিছতে তেওঁৰ স্থলাভিষিক্ত হ’ব পাৰে তপন কুমাৰ ডেকাৰ।

    Guwahati | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং