27 C
Guwahati
Monday, November 29, 2021
More

    বছৰৰ প্ৰথমটো বানত প্লাবিত নগাঁৱৰ কচুৱা, বাঢ়নী পানীয়ে ভাঙি নিলে মথাউৰি

    বছৰৰ প্ৰথমটো বানত নগাঁও জিলাৰ কচুৱা অঞ্চলত বিস্তৰ ক্ষতিসাধন। ফেনেফুটুকাৰে বাঢ়িছে বৰপানী নৈ। পুৱাই বৰপানী নৈয়ে ছিগিলে মাধৱপাৰ প্ৰমীলা সংযোগী মথাউৰি। মথাউৰি ছিগাৰ ফলত প্লাবিত হৈ পৰিল হাজাৰ হাজাৰ বিঘা কৃষিভূমি।

    কামপুৰ ৰাজহচক্ৰৰ মাধৱপাৰা, প্ৰমিলা, জুৰিপাৰ, কচুৱা আদি পঞ্চায়তৰ বহু কৃষি ভূমিৰ ব্যাপকক্ষতি সাধন। ফেনেফোটোকাৰে বাঢ়িছে বৰপানী নৈ। বৰপানী নৈৰ সংহাৰ দেখি বিপদত পৰিছে কৃষক। বড়ো খেতিৰ পকা ধান কাটিবৰ সময়ত হোৱা বানত মুৰে কঁপালে হাত দিছে কৃষকে।

    Phoro Credit: @rupjyotibhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং