26 C
Guwahati
Friday, September 23, 2022
More

    মহানগৰীত ভয়ংকৰ ঘটনা, হঠাৎ জ্বলি উঠে ১১ হাজাৰ ভল্টৰ তাঁৰ

    সপ্তাহত ৫ বাৰকৈ বিদ্যুতৰ তাঁৰ ছিগি ৰাজপথত পৰাৰো অভিযোগ স্থানীয় একাংশ লোকৰ

    গুৱাহাটীৰ নয়নপুৰ গাহৰিকটা চকত শনিবাৰে নিশা দপদপকৈ জ্বলি উঠে ১১ হাজাৰ ভল্টৰ তাঁৰ। জ্বলি জ্বলি অৱশেষত ৰাজপথৰ মাজতে ছিগি পৰে বিদ্যুৎ পৰিবাহী তাঁৰডাল। ঘটনাটোৰ পিছত শক্তি বিভাগক খবৰ দিয়াৰ পিছতো বিভাগৰ কৰ্মচাৰী সময়ত উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

    চাওক এই দৃশ্য

    সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাতহে হাতে-কামে লাগে শক্তি বিভাগৰ কৰ্মী। সপ্তাহত ৫ বাৰকৈ বিদ্যুতৰ তাঁৰ ছিগি ৰাজপথত পৰাৰো অভিযোগ স্থানীয় একাংশ লোকৰ। কথমপি প্ৰাণৰক্ষা উপস্থিত ৰাইজৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং